@মৃত্যু যে কিমান যন্ত্ৰণা আৰু বেদনা দায়ক
@ইমান দিন নিশ্চয় আপুনি দেখি আহিছে হাতী মানুহৰ সংঘাত।
@এইবাৰ সংঘাত নহয় সহায় বিচাৰি উলাই আহিল ঘন জঙ্ঘলৰ পৰা অসহায় হাতী জনী।
@বিপদত পৰি সহায় বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চল লৈ আগমন হ’ল অসহায় বনৰীয়া হাতী জনীৰ।
@ কিন্তু কিয় জঙ্ঘলৰ পৰা উলাই আহিল বন্য হস্তী জনীয়ে?
@বেমাৰত পৰি কেইবা ধৰি মৃত্যুৰ লগত যুঁজি ছোট-ফটাই ভাগৰি পৰিছে হাতী জনীয়ে।
@এই হৃদয়-বিদাৰক দৃশ্য টো দেখা গ’ল দক্ষিণ কামৰূপৰ বকোৰ ৰাজাপাৰাৰ শালনীবাৰীত।
@কিন্তু কিয় এই ক্ষেত্ৰত চৰকাৰৰ গুৰুত্ব নাই?
@ বন বিভাগৰ লোকে হাতী জনীৰ উদ্ধাৰ কাৰ্যত কিমান সহায় কৰে সেয়া সময়ত লক্ষ্যনীয় হ’ব।