মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰত উপস্থিত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰত উপস্থিত

শিৱসাগৰত এক বিশেষ কাৰ্য্যসূচীত অংশ গ্ৰহন মুখ্যমন্ত্ৰীৰ গৰাকীৰ

শিৱসাগৰৰ জ্যেষ্ঠ ব্যক্তিৰ সকলৰ লগত মত বিনিময়ৰ এক অনুষ্ঠানত অংশগ্ৰহন মুখ্যমন্ত্ৰী গৰাকীৰ

শিৱসাগৰৰ যুৱ দল প্ৰেক্ষাগৃহত শিৱসাগৰৰ জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তি সকলৰ লগত মতবিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে

শিৱসাগৰৰ ১১৭ গৰাকী জ্যেষ্ঠ-বিশিষ্ট ব্যক্তি উপস্থিতত মুখ্যমন্ত্ৰীৰ মতবিনিময় অনুষ্ঠানত

সন্ধিয়া শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে প্ৰায় ৩ ঘন্টা শিৱসাগৰৰ জ্যেষ্ঠ-বিশিষ্ট ব্যক্তি সকলৰ লগত মতবিনিময় কৰে বিভিন্ন বিষয়ত

ৰংঘৰক কেন্দ্ৰ কৰি প্ৰকল্প নিৰ্মান কৰাৰ সদ্ধৰ্ভত বিশদ আলোচনা

প্ৰকল্পত ৫হাজাৰ আৰু ২ হাজাৰ মানুহ বহিব পৰা এম পি থিয়েটাৰ নিৰ্মান কৰা হব-

থলুৱা গাঁও নিৰ্মানৰ লগতে থলুৱা বিপনী নিৰ্মান কৰা হব।

অহা বিত্তয় বৰ্ষৰ বাজেটত নিৰ্মানৰ কাম আৰম্ভ কৰাৰ ঘোষণা।

অসংৰক্ষিত প্ৰাচীন সাঁচিপাত সমূহ টাই মিউজিয়ামত সংৰক্ষণৰ ব্যৱস্থা কৰা হব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *