মুখ্যমন্ত্ৰীৰ নাম লৈ সুন্দৰী মহিলাৰ প্ৰৱঞ্চনাৰ জাল

মুখ্যমন্ত্ৰীৰ নাম লৈ সুন্দৰী মহিলাৰ প্ৰৱঞ্চনাৰ জাল। গোলাঘাটত এগৰাকী ব্যৱসায়ীৰ পৰা লুটিলে ১২ লাখ টকা। গড়কাপ্তানি আৰু পৌৰসভাৰ মাটি আবন্টনৰ অনুমতি উলিয়াই দিয়াৰ নামত দালালি । অভিযুক্ত মহিলাগৰাকী গুৱাহাটীৰ মাজগাঁওৰ নন্দা দেৱী দাস। প্ৰৱঞ্চনাৰ বলি গোলাঘাটৰ ব্যৱসায়ী অতনু শৰ্মা। মুখ্যমন্ত্ৰীৰ OSD কাৰ্যালয়ত দুয়োৰে হৈছিল চিনাকী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *