মাৰ্ঘেৰিটাত ধাৰাবাহিক ভাবে আৰক্ষীয়ে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান


মাৰ্ঘেৰিটাত ধাৰাবাহিক ভাবে আৰক্ষীয়ে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। আজি মাৰ্ঘেৰিটাৰ মাকুমবাগান
তিনিআলিত তিনি মহিলাসহ ৰাজু ঘোষ নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত ।গুৱাহাটীত অধ্যয়ণৰত ছাত্ৰীসহ তিনিগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ী (এজনী গুৱাহাটী ( মাৰ্ঘেৰিটাৰ ) আৰু দুজনী ডিমাপুৰৰ । আৰু ৰাজু ঘোষ নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ ঘৰ
গোলাঘাট । সাতটা চাবোন বক্সত প্ৰায় ৮০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ । ড্ৰাগছখিনিৰ মুল্য প্ৰায় ৩ লাখ টকা হ’ব ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *