মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

কামৰূপত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিজ-গন্ধমৌত লালচান্দ আলী নামৰ এজন লোকৰ ঘৰত শুৱালকুছি আৰক্ষীৰ অভিযান। এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।
লোককেইজনক অসমৰ বিভিন্ন প্রান্তৰ পৰা আনি আৱদ্ধ কৰি ৰাখিছিল।
এজেণ্টৰ জৰিয়তে লালচান্দ আলীয়ে আনিছিল লোককেইজনক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *