মানৱ ডেকা সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ

দক্ষ বিধায়ক মানৱ ডেকা সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ

বিধস্ত বাট পথে জীয়াতু ভোগাইছে গ্ৰামাঞ্চলৰ ৰাইজক

উন্নয়ন মুখী চৰকাৰ আৰু মানৱ ডেকা দৰে কৰ্ম দক্ষ বিধায়কৰ সমষ্টিত সাধাৰণ জনতাই নিজৰ গাঠিধন ভাঙি শ্ৰমদানে পথ মেৰামতি

বিধায়ক জনৰ সমষ্টি পশ্চিম তেলাহী পঞ্চায়তত সংঘটিত এই ঘটনা

গোঁসাইখাট বালিজান পৰা বৰবিল সংযোগী পথৰ বাৰিষা আগতেই বিধস্ত ৰূপে যমৰ যাতনা ভোগ কৰাইছে

চৰকাৰ আৰু জনপ্ৰতিনিধি কৈ ভাগৰি পৰাত আজি ৰাইজে হাতে হাতে কোৰ কটাৰি লৈ শ্ৰমদান কৰি মেৰামতি কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *