মানকাচৰৰ চিৰাখোৱাত বৰশীৰে মাছ ধৰাৰ এক অভিনৱ খেল।

মানকাচৰৰ চিৰাখোৱাত বৰশীৰে মাছ ধৰাৰ এক অভিনৱ খেল।

অসম – মেঘালয়ৰ বিভিন্ন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে উক্ত ৰোমাঞ্চকৰ বৰশী বাই মাছ ধৰা প্ৰতিযোগিতাত।

বৰশীৰে মাছ ধৰিবলৈ পুখুৰীৰ চাৰিওফালে মানুহৰ যথেষ্ঠ ভিৰ।

উক্ত আকৰ্ষণীয় খেলৰ প্ৰতিযোগীৰ পৰা সকলোতকৈ ডাঙৰ মাছ ধৰা ১০ জনক দিয়া হ’ব নগদ টকাৰ পুৰস্কাৰ।

এনে ধৰণৰ ব্যতিক্ৰমী মাছ ধৰা খেলে খেলুৱৈ আৰু দৰ্শকক যথেষ্ঠ মনোৰঞ্জন দিয়া পৰিলক্ষিত হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *