মানকাচৰত প্ৰায় ডেৰ শতাধিক ভোটাৰৰ বিজেপিত যোগদান।

মানকাচৰত প্ৰায় ডেৰ শতাধিক ভোটাৰৰ বিজেপিত যোগদান।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ বাঘাপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহিশঘুমাত বিজেপি দলৰ এক যোগদান সভা অনুষ্ঠিত হয়।

জিলা বিজেপিৰ সভাপতি অধীৰ চন্দ্ৰ দাসৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান সভাত প্ৰায় ডেৰ শতাধিক ভোটাৰে বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

সন্মুখত পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচন।

দুয়োটা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘু প্ৰধান জিলা দক্ষিণ শালমাৰা মানকাচৰত বিজেপিৰ ভেটি শক্তিশালী কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে।

যোগদান সভাৰ শেষত জিলা বিজেপিৰ সভাপতি অধীৰ চন্দ্ৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *