দৰং-ওদালগুৰি সীমান্তৰ কছাৰীভেটি টোপ গাঁৱত চাঞ্চল্যকৰ ঘটনা। মাতৃৰ বুকুৰ পৰাই চুৰি হ’ল ৪১দিনীয়া শিশু। শুই থকা অৱস্থাতে মাকৰ বুকুৰ পৰা চুৰি শিশুটি। ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়া। শিশুটিৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।