মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য

45

গুৱাহাটী মহানগৰীৰ হাতীগাওঁস্থিত শেৱালি পথ আৰু সুৰয পথত এছ টি এফে চলোৱা এক অভিযানত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযানকাৰী লোক দুজনৰ পৰা এছ টি এফে এটা চাধা টেমাৰ পৰা সন্দেহযুক্ত হেৰ’ইনসহো জব্দ কৰা হৈছে।জব্দ কৰা হেৰ’ইনখিনিৰ পৰিমাণ ১৭.৩ গ্ৰাম। ইয়াৰোপৰি তেওঁলোকৰ পৰা জব্দ কৰা হৈছে চিগাৰেটৰ পেপাৰ, বিভিন্ন ৰঙী ৰেপিং ৰবৰ, এটা মোবাইল ফোন।