মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা

68

গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ চুপাৰি জব্দ।

কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি।

GRP, RPFৰ অভিযানত জব্দ চুপাৰিখিনি।

ডিমাপুৰৰ পৰা কলকাতালৈ নিয়াৰ পৰিকল্পনা কৰিছিল চুপাৰিখিনি।