মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান৷ খানাপাৰা উৰণসেতুৰ তলৰ পৰা জব্দ ৮৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ৷ ড্ৰাগছসহ গ্ৰেপ্তাৰ ধন ৰাভা, আইনুল শ্বেখ, কেটেপ বড়ো, চুনাবানো বেগমক৷ দীৰ্ঘদিন ধৰি খানাপাৰাত চলাই আহিছিল ড্ৰাগছৰ বেহা৷