মহানগৰীত শিহৰণকাৰী ঘটনা

মহানগৰীত শিহৰণকাৰী ঘটনা৷ নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা৷ জি এছ ৰোডত সংঘটিত এই ঘটনা৷ অপহৰণত ব্যর্থ হৈ যুৱতীৰ সতীৰ্থক বাহনৰে খুন্দা দুৰ্বৃত্তৰ৷ বিলাসী বাহনেৰে মহটিয়ালে উদণ্ড যুৱকৰ দলে৷ বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক৷ এতিয়াও আৰক্ষীৰ জালত পৰা নাই অভিযুক্ত৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *