মহানগৰীত পুনৰ চলিব ব্যক্তিগত চিটীবাছ সেৱা

🔹মহানগৰীত পুনৰ চলিব ব্যক্তিগত চিটীবাছ সেৱা৷

🔹১ জানুৱাৰীৰ পৰা বন্ধ হৈছিল ২০০ খন চিটীবাছ৷

🔹চিটীবাছৰ মালিক সংগঠনে দ্বাৰস্থ হৈছিল আদালতৰ৷

🔹চিটীবাছ বন্ধৰ নিৰ্দেশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *