মহানগৰীত নাহৰফুটুকীৰ আতংক

মহানগৰীৰ ফটাশিল আমবাৰীত নাহৰফুটুকীৰ আতংক৷ জি এছ কলনীৰ এটা বাসগৃহত সোমাই বিভিন্ন ধৰণৰ আক্ৰমনাত্মক ঘটনা সংঘটিত কৰিছিল নাহৰফুটুকীটোৱে৷ নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল এজন লোক।অৱশেষত ট্ৰেংকুলাইজড কৰা হ’ল নাহৰফুটুকীটো৷বন বিভাগৰ বৃহৎ সফলতা কিয়নো বন বিভাগৰ প্ৰচেষ্টাত ফটাশিল আমবাৰীৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰিসমাপ্তি ঘটে৷ বন বিভাগৰ দলে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটোক৷ নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল বনকৰ্মী, চিকিৎসক আৰু এজন ব্যক্তি৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *