মণিপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক,২০জুলাই: মণিপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ।উল্লেখযোগ্য যে মণিপুৰৰ কন্যাসকলৰ সৈতে যি ঘটনা সংঘটিত হৈছে সেয়া ক্ষমাৰ যোগ্য নহয় বুলি উল্লেখ কৰে নৰেন্দ্ৰ মোদীয়ে। সংবাদমাধ্যমৰ সন্মুখত ঘটনাৰ সৈতে জড়িতসকলক সকীয়নি প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে । সকলো মুখ্যমন্ত্ৰীকে নিজ নিজ ৰাজ্যত আইন ব্যৱস্থা কঠোৰ কৰাৰ আহ্বান জনায় প্ৰধান মন্ত্ৰীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *