মঙ্গলদৈ আৰক্ষীৰ ব্যাপক সফলতা।
কেইবা লক্ষ্য টকাৰ ড্ৰাগছ সহ এজন যুৱকক গ্ৰেপ্তাৰ।
গোপন সূত্ৰৰ পম খেদি ড্ৰাগচ সহ এজনক গ্ৰেপ্তাৰ।
গুৱাহাটীৰ পৰা অহা আলট্ৰা বাছ এখনত তালাচী চলাই গ্ৰেপ্তাৰ কৰে নিজ খাৰুপেটিয়াৰ নিজাম আলিক। নিজামৰ পৰা তিনিটা চাবোন কেছত প্ৰায় 32 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। যাৰ বজাৰ মূল্য কেইবালাখ টকা হব।
মঙ্গলদৈ আৰক্ষীৰ বৃহৎ সফলতা
