মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভয়ানক কাণ্ড

মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভয়ানক কাণ্ড
নাৰ্চৰ ভুলৰ বাবে গৰম তেলে পুৰিলে দেৱ শিশুক
ICU ত থকা অৱস্থাত এই দুৰ্ঘটনা , নাৰ্চে শিশুটিৰ ওপৰত থকা লাইটৰ ওপৰত নাৰিকলৰ তেল গৰম কৰোঁতে এই ঘটনা
শিশুটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈ গৰম তেলে পুৰিলে
নাৰ্চে পৰিয়ালক ঘটনাটো প্ৰকাশ নকৰিবলৈ হেঁচা দিছিল
কিছুদিন আগতে ওদালগুৰি জিলা বেংবাৰী অঞ্চলৰ দীনেশ ৰাভাৰ পত্নীয়ে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত দেৱ শিশুটি জন্ম দিছিল কিন্তু এই দুৰ্ঘটনা হোৱাৰ বাবে আজিও চিকিৎসাধীন হৈ আছে৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *