মঙ্গলদৈৰ নিকতৱৰ্তী মোৱামাৰীত দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি

মঙ্গলদৈৰ নিকতৱৰ্তী মোৱামাৰীত দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি।
প্ৰাণৰক্ষাৰ বাবে ব্যৱসায়ী পবিত্ৰ ডেকাৰ দুই জাই শূন্যলৈ গুলীচলনা।
দক্ষতা বিশ্ববিদ্যালয়ৰ বাবে মাটি সংগ্ৰহকলৈ এই পৰিস্থিতি।
ডাম্পাৰে স্থানীয় নিমাই সৰকাৰ নামৰ এজন বাইক আৰোহীক খুন্দিওৱাৰ পিছত হয় এই পৰিস্থিতি।
ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *