ভূপেন বৰাই য’তেই নিৰ্বাচন খেলে তাতেই পৰাজিত হ’ব-পীযুষ

‘ভূপেন বৰাই য’তেই নিৰ্বাচন খেলে তাতেই পৰাজিত হ’ব। চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজিত হৈ ৰেকৰ্ড কৰিব। ১৪টা সমষ্টিৰ ভিতৰত হয়তো কংগ্ৰেছে এটা সমষ্টিত জিকিব। কেইবাটাও সমষ্টিত জয়ী হোৱাৰ কথাটো অলিক কল্পনা। কাজিৰঙাত আমি ৩ লাখ ভোটত জয়ী হ’ম। যোৰহাটত এইবাৰ আমি ২ লাখ ভোটত জয়ী হ’ম। বিজেপি মিত্ৰজোঁটে ১২টা সমষ্টিত জয়ী হ’ব’। শিৱসাগৰত এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *