ভাৰতবাসীৰ বাবে এক সুখবৰ

এছিয়ান গেমছত ভাৰতৰ পদক লাভ। ১০ মিটাৰ এয়াৰ ৰাইফল আৰু ৰ’য়িঙৰ টীম ইভেণ্টত ভাৰতে লাভ কৰে ৰূপৰ পদক। এয়াৰ ৰাইফলত মেহুলি ঘোষ, ৰমিতা আৰু আচি চ’ক্সিৰ ৰূপৰ পদক। আৰু ৰ’য়িঙৰ টীম ইভেণ্টত অৰ্জুনলাল জাট আৰু অৰবিন্দ সিঙে লাভ কৰে ৰূপৰ পদক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *