বৰপেটাৰ পশ্চিম ফকিৰপাৰাত দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত

38

বৰপেটাৰ পশ্চিম ফকিৰপাৰাত দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত।

নিশা ৰাইজে খেদি খেদি আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক।

ড্ৰাগছ সৰবৰাহকাৰী দুটা শ্বাহ আলম, ৰফিকুল ইছলাম।

চৰাঞ্চলৰ ড্ৰাগছ সৰবৰাহৰ অন্যতম মূল অভিযুক্ত শ্বাহ আলম।