বৰপেটাৰ চতলাত ভয়ংকৰ ঘটনা। ১০ টকাৰ বাবে দাৰে ঘপিয়াই হত্যাৰ অপচেষ্টা। কছুৰী খোৱাক লৈ প্ৰথমে মহম্মদ আলী আৰু খলিলুৰ ৰহমানৰ বাক-বিতণ্ডা। তাৰ পাছতে খলিলুৰ ৰহমানক দাৰে আক্ৰমণ মহম্মদ আলীৰ। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত খলিলুৰক চিকিৎসালয়ত ভৰ্তি। মহম্মদ আলী, তেওঁৰ পুত্ৰৰ বিৰুদ্ধে মাজদিয়া আৰক্ষী চকীত এজাহাৰ।