বৰগাং আৰক্ষী বৃহৎ সাফল্য।
বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত বৰগাং দলঙৰ সমীপত যোৱা ৰাতি এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে বৰগাং আৰক্ষী।তথ্য মতে অৰুণাচলৰ পাছিঘাটৰ পৰা AS-27C-7256 নম্বৰ ট্ৰাক খন অবৈধ ভাৱে লৈ অনা ১৪টা গৰু সহ ট্ৰক চালক আটক কৰে। চালক কাবিৰ হুছেইনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিবলৈ দিয়ে। চালকৰ স্বীকাৰ উক্তিৰ মতে এই গৰু মেঘালয়লৈ লৈ যাবলৈ অনা হৈছিল বুলি জানিবলৈ দিয়ে।
