বোকাজানত ভয়ঙ্কৰ অগ্নিকাণ্ড।
বোকাজান আৰক্ষী থানা অন্তৰ্গত অমৰাজান কছাৰী বস্তিত চৰ্ত চাৰ্কিটৰ ফলত সংঘটিত হয় উক্ত অগ্নিকাণ্ড ঘটনা
কছাৰী বস্তিৰ নিবাসী ননীদেৱৰ পত্নী ছিংলেইমাৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ড ফলত বহু লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায়
পৰৱৰ্তী সময়ত বোকাজানৰ অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
