বোকাখাতৰ J.D.S.G. মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মাৰপিট

বোকাখাতৰ J.D.S.G. মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মাৰপিট। ফলাফল ঘোষণাৰ পাছতে আছুৰ সমৰ্থক আৰু অসম ছাত্ৰ পৰিষদৰ সমৰ্থকৰ মাজত মাৰপিট। আজি অনুষ্ঠিত হৈছিল মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *