বোকাখাতত ডকাইতৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

30

বোকাখাতত ডকাইতৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।

আৰক্ষীৰ গুলীত আহত পল্লৱ বসুমতাৰী নামৰ এটা ডকাইত।

আহত ডকাইতটোক বোকাখাত মহকুমা চিকিৎসালয়ত ভৰ্তি।

বোকাখাতৰ অগৰাতলীত পুৱতি নিশা সংঘটিত হয় এই ঘটনা ।

৩ জনীয়া এটা ডকাইতৰ দলক লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ।

আন দুটা ডকাইত বাবু শইকীয়া, গৌতম দলেক আটক।

জব্দ এটা ইটালিয়ান 9mm পিষ্টল, ৪ জাঁই সক্ৰিয় গুলী।

ড্ৰাগছ, গাড়ী-বাইক চুৰিৰে জড়িত ডকাইতৰ দলটো।