বুঢ়াচাপৰি অভয়াৰণ্যত বনবিভাগৰ গুলিচালনাৰ ঘটনা



বুঢ়াচাপৰি অভয়াৰণ্যত বনবিভাগৰ গুলিচালনাৰ ঘটনা ।

বনবিভাগৰ গুলিত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত ৪ জনকৈ লোক

মৃত্যু হোৱা মহিলা গৰাকী ফাতেমা খাতুন বুলি জানিব পৰা গৈছে

আহত সকল ক্ৰমে আহমদ আলী,ৰমজান আলী সংশ্বেৰ আলী আৰু ৰহিমা খাতুন।

বুঢ়াচাপৰি অভয়াৰণ্যৰ পূৱ লাঠিমাৰিত সংঘটিত হৈছে এই ঘটনা

বুঢ়া চাপৰি অভয়াৰণ্যৰ অন্তৰ্গত পূব লাঠিমাৰীৰ উচ্ছেদিত ভূমিত বাসগৃহ বনাই পুনৰ বেদখল কৰাৰ অভিযোগ আহত সকলৰ বিৰুদ্ধে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *