বুট মাহত বিষক্ৰীয়া

বুট মাহত বিষক্ৰীয়া।
পূজাৰ প্ৰসাদ খাই শিশু সহ ১৮ জনকৈ লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হয় আছে। ঘটনাৰ স্থান ওদালগুৰি জিলা ভেৰগাঁ‌ও পিছলাপাৰা গাঁৱত।উল্লেখ্য যে ওদালগুৰি জিলা ভেৰগাঁ‌ও আৰক্ষী চকী অন্তৰ্গত পিছলাপাৰা গাঁ‌ৱত পূজাৰ প্ৰসাদ খাই নিশাৰ পৰা পৰাই এতিয়াইলৈ গাঁওখনৰ শিশুসহ মুঠ১৮ জনকৈ লোক অসুস্থ হৈ পৰিছে,
ততাতৈয়াকৈ এম্বুলেঞ্চৰ সহায়েৰে খৈৰাবাৰী সামূহিক চিকিৎসালয়লৈ লৈ অহা হয় অসুস্থ লোকক।
তাৰে দুজনৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিব দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *