বিহুৰ বতৰত এক সুখবৰ

বিহুৰ বতৰত এক সুখবৰ।এইবাৰ ২২ এপ্ৰিলত মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে অংশ ল’ব বেলতলা ব’হাগী উৎসৱত।অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ব ২০২৩ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা।এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে বেলতলা বিহুৰ উদযাপন সমিতিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *