বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গাঞ্জাসহ বাহন জব্দ ।



বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গাঞ্জাসহ বাহন জব্দ । জিনজিয়া আৰক্ষীয়ে পুৱতি নিশা খেদি খেদি জব্দ কৰিলে AS 12 AE 1801 নাম্বাৰৰ গাঞ্জা সৰবৰাহৰ চেষ্টা কৰা মাৰুতী চুযুকী চিলেৰিঅ’ বাহনসহ দুজন লোকক আটক কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *