বিহালীত লাদেনৰ সন্ত্ৰাস ।

বিহালীত লাদেনৰ সন্ত্ৰাস ।বিহালীৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে এই লাদেনে

বিহালীত এইবাৰ এটা লাদেন নামৰ বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ


বিহালীত পুনৰ বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস, চেনিমাৰী ,ৰাংছালী দলনি তাৰ পিছত এই বাৰ বটিয়ামাৰী নিবাসী উমানাথ চৌধুৰী ঘৰত যোৱা নিশ চলাই উপদ্ৰৱ। জাকৰ পৰা এটা বনৰীয়া হাতী ফালৰি কাতি আহি বটিয়ামাৰী নিবাসী উমানাথ চৌধুৰী ঘৰৰ পকী উৱাল ভাঙি ভড়ালৰ পৰা ২০০ কেজিৰো অধিক ধান আৰু ১০০ কেজৰো অধিক চাউল খোৱা লগতে ২০ পৰা ২৫ হাজাৰ টকাৰ সা- সম্পত্তি অনিষ্ট কৰে। অবশেষত পলমকৈ হ’লেও বিহালীৰ বন বিভাগৰ লোক আহি উপস্থিত হৈ লাডেনৰ লগতে হাতী জাকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াই।

এই বনৰীয়া হাতীটোয়ে ইটোৰ পিছত সিটো বাসগৃহ ভাঙি লণ্ড -ভণ্ড কৰিছে এতিয়া বিহালীত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *