বিশ্বনাথ চাৰিআলিৰ বামগাৱত ভয়ংকৰ অগ্নিকাণ্ড


বিশ্বনাথ চাৰিআলিৰ বামগাৱত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ গৈছে তিনিটাকৈ বাসগৃহ ৷ জুই জাহ গ’ল কিষন বাচফৰ,চাৰদা বাল্মিকী,পপ্পু বাল্মিকীৰ ঘৰ ৷ দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰন হৈছে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। পৌৰসভাৰ অন্তৰ্গত চুইপাৰ কলনিত সংঘটিত হৈছে এই অগ্নি কাণ্ড ৷ চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *