বিশ্বনাথত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন আৰু বাৰেবৰণীয়া শোভাযাত্ৰা

বিশ্বনাথত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন আৰু বাৰেবৰণীয়া শোভাযাত্ৰা

বিশ্বনাথত ৪০০ বছৰীয়া মহাবীৰ লাচিতৰ জন্ম জয়ন্তী উপলক্ষে লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়৷প্ৰতিমূৰ্তি উন্মোচন কৰে জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই৷ উক্ত প্ৰতিমূৰ্ত্তিটি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ বীৰভূমিত৷ ইয়াৰ পিছতে বীৰভূিৰ পৰা গহপুৰলৈ বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰ টেক্টৰে এক শোভাযাত্ৰা উলিওয়া হয়৷ ১০০খন টেক্টৰ হয় এই শোভাযাত্ৰা৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *