বিলাসীপাৰাৰ নায়েৰ আলগাত বাল্যবিবাহ কৰা দৰা আটক ।নায়েৰ আলগা আৰক্ষীয়ে আটক কৰে দৰা ছাকমান আলী ফকিৰক ।ছাকমানৰ ঘৰ গুটিপাৰা ষষ্ঠ খণ্ড গাঁৱত ।২০২১ চনত ছাকমানে বিয়া পাতিছিল ১৫ বছৰীয়া কিশোৰীক ।ছাকমান আলীৰ বিৰুদ্ধে বিলাসীপাৰা থানাত ৰুজু হৈছে ৪৬/২৩ নম্বৰ গোচৰ ।ভাৰতীয় দণ্ডবিধি আইনৰ ৯/১০/১১/( l ) PCM Act, RW Section POCSO Act ধাৰা গ্ৰেপ্তাৰ কৰে দৰাজনক ।
