অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়।
মেঘালয়ৰ পৰ্যটনত পৰিছে বিৰূপ প্ৰভাৱ।
শুকুৰবাৰৰ দিনটোত মেঘালয়ত ৩০% হোটেল বুকিং বাতিল।
আজিৰ দিনটোতো হোটেল বুকিং প্ৰায় ৫০% বাতিল হোৱাৰ সম্ভাৱনা।
প্ৰেছ ৰিলিজযোগে শুকুৰবাৰৰ দিনটোত ৩০% ৰাজহ লোকচান হোৱাৰ কথা সদৰী কৰিছে মেঘালয়ৰ কেইবাটাও স্থানীয় সংগঠনে।
অসমৰ পৰ্যটক আৰু কেব মেঘালয়ত প্ৰৱেশত বাধা দিয়া কাৰ্যক NESO, আছুৰ লগতে মেঘালয়ৰ ৭ টা স্থানীয় সংগঠনৰ বিৰোধিতা।