বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিলাসীপাৰাত তীব্ৰ প্ৰতিবাদ

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিলাসীপাৰাত তীব্ৰ প্ৰতিবাদ ।
বিলাসীপাৰা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ।আম আদমী পাৰ্টী, কংগ্ৰেছ, আমছু, কে এম এছএছ কে ধৰি কেবাটাও দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ।
শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠন সমূহে ।লগতে স্মাৰ্ট মিটাৰৰ পৰিবৰ্তে পুৰ্বৰ বিদ্যুৎ মিটাৰ প্ৰযোজ্যৰ কৰাৰ দাবী আনহাতে সঘনাই লোৰ্ড শ্বেডিং কৰা বিদ্যুৎ সেৱা নিয়মীয়া কৰনৰ দাবী ।
শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পদত্যাগৰো দাবী দল সংগঠন সমূহৰ ।
অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নি চৰকাৰক ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *