বিদ্যুত মাছুল বৃদ্ধিৰ বিৰুদ্ধে বিজনীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

বিদ্যুত মাছুল বৃদ্ধিৰ বিৰুদ্ধে বিজনীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ।চিৰাং জিলাৰ বিজনীত আজি দিনৰ ১১ বজাত বিজনী এপিডিচিএল কাৰ্যালয়ৰ সন্মুখত চিৰাং জিলা আম আদমী পাৰ্টীৰ প্ৰতিবাদ । উল্লেখ্য যে ৰাজ্যত বিদ্যুত মাছুল অত্যাধিক হাৰত বৃদ্ধি হৈ জনতাৰ মুৰত মাধমাৰ সোধাই বৰ্তমান শাসনাধিষ্ট চৰকাৰে স্মাৰ মিটাৰ লগাই জনসাধাৰণক ৰামঠগণ দি আছে বুলি অভিযোগ উত্থাপন কৰে চিৰাং জিলা আদমী পাৰ্টীয়ে । লগতে জল জীৱন মিছন আঁচনীৰ দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰে প্ৰতিবাদী সকলে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *