বিদ্যালয়ৰ অনুশাসন বজাই ৰাখিবলৈ শিক্ষাৰ্থীক শাস্তি বিহিলে সেয়া অপৰাধ নহয়ঃ বোম্বে উচ্চ ন্যায়ালয়

বিদ্যালয়ত অনুশাসন বজাই ৰাখিবলৈ যদি কেতিয়াবা শিক্ষকে শিক্ষাৰ্থীক গালি দিব পৰা শাস্তি প্ৰদান কৰিবলগীয়া হয় তেন্তে সেয়া অপৰাধ নহয়।

এই ৰায় বোম্বে উচ্চ ন্যায়ালয়ৰ।

বোম্বাই উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠে শুকুৰবাৰে প্ৰদান কৰে এই ৰায়।

দুই শিশুক প্ৰহাৰ কৰাৰ অভিযোগত এদিন কাৰাদণ্ড আৰু ১ লাখ জৰিমনা বিহা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দোষী সাব্যস্ত হোৱা ৰায় বাতিল কৰে আদালতে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *