বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ চিৰাং জিলাৰ বিজনীত আজি ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিজনী আৰক্ষীয়ে।বিজনী ৰেলগেট পৰা পুৰণি বাছআস্থানত উদ্ধাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী এজন লোক ।। ন টা কৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰে আৰক্ষীয়ে। বিজনী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছসহ
সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ন টা কন্টেনাৰসহ ড্ৰাগছৰ ওজন ১২.৩০ গ্ৰাম । সৰবৰাহকাৰীৰ পৰা এটা মোবাইল, নগদ ২২০ টকা জব্দ কৰে বিজনী আৰক্ষীয়ে।সৰবৰাহকাৰী জনৰ নাম ইচৰাফু আলী (২৩) । ইচৰাফুলৰ ঘৰ পুৰান বিজনীৰ সৰকাৰপাৰাত বুলি জানিব পৰা গৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *