বাৰ্ড ফ্লুত আক্ৰন্ত হৈ মেক্সিকোত বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু।
বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে এই তথ্য।
জ্বৰ, উশাহ-নিশাহৰ সমস্যা, ডায়েৰিয়া, বমি, সাধাৰণ অস্বস্তিত ভুগিছিল ৰোগীগৰাকী।
চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৫৯ বছৰীয়া লোকজনৰ।