বানৰ ফলত ২৬জন লোকৰ মৃত্যু

গুজৰাটত বানৰ তাণ্ডৱ! ২৬জন লোকৰ মৃত্যু, ১১খন জিলাত ৰেড এলাৰ্ট।
গুজৰাটত বৰষুণ আৰু বানপানীৰ ফলত বিগত ৩ দিনত প্ৰায় ২৬জন লোকৰ মৃত্যু হৈছে। ২৪খন নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বহুতো এলেকা ১০-১২ ফুট পানীৰ তলত ডুব গৈছে। পথত ওপঙি আছে বাহন। আজিও ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে গুজৰাটৰ ১১খন জিলাত ৰেড এলাৰ্ট আৰু ২২খন জিলাত ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *