বাক্সাৰ উজিৰবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হয়।

বাক্সাৰ উজিৰবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হয়।

বাল্যবিবাহৰ অভিযুক্তক কৰায়ত্ব কৰিবলৈ যোৱাত গুলীবিদ্ধ হয় মুছলপুৰ থানাৰ OC।

লগতে টনা-আজৰা সময়তে নিজৰ চাৰ্ভিছ পিষ্টলেৰে বাওঁভৰিত গুলীবিদ্ধ হয় আৰক্ষী বিষয়া গৰাকী।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আনন্দ ৰাভাক GMCH লৈ প্ৰেৰন কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে বাল্যবিবাহৰ অভিযুক্ত দৰা ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰু তদন্ত অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *