বাইহাটা চাৰিআলিৰ বেজেৰাৰ ভোমোলাহাটীত অঘটন। পথাৰৰ পুখুৰীত পৰি দুই শিশুৰ কৰুণ মৃত্যু। শিশু দুটি সুদীপ্ত বেজবৰুৱা, মাধুৰ্য শীল। মৃত শিশু দুটি সম্পৰ্কত আছিল ভাতৃ। বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত শিশু দুটিক মৃত ঘোষণা চিকিৎসকৰ।