বহিঃ ৰাজ্যলৈ যাব বিচৰা সকলৰ বাবে সুখবৰ

বহিঃৰাজ্যত যাতায়তকাৰী সকলৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত গঢ়ি উঠিছে বৈধ অবৈধ বহু বাছ আস্থান।
কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ,আপোনাৰ কোন বোৰ বাছ আস্থানৰ পৰা বহিঃৰাজ্যলৈ যাতায়ত কৰিলে আপোনাৰ বাবে নিৰাপদ আৰু সুবিধাজনক হব।
কেতিয়াবা আপুনি অনুভব কৰিছেনে কোন বোৰ বাছত আপুনি যাত্রা কৰিলে আপুনি কম খৰচ আৰু সম্পূৰ্ণ নিৰাপদে চকু মুদি যাত্রা কৰিব পৰিব ।
হয় আমি পুনৰ বাৰ বহিঃৰাজ্যৰ যাতায়ত কাৰী সকলক জনাব বিছাৰিছো যে, আপুনি বহিঃৰাজ্যত থাকে নেকি বা বহিঃৰাজ্যৰ পৰা অসমত আহিব বিচাৰিছে নেকি ।
মধ্য অসম আৰু নগাওঁৰ পৰা বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা সকলৰ বাবে নির্ভযোগ্য বাছ সেবা আগবঢ়াইছে GK BROZZ holidays বাছ আস্থানে ।
GK BROZZ holidays ৰ স্বত্তাধিকাৰী ইক্ৰামুল ইছলাম নামৰ যুৱকজনে লৈ আহিছে মধ্য অসম আৰু নগাওঁৰ যাত্রী সকলৰ বাবে বিশেষ সুবিধাৰে বহিঃৰাজ্যলৈ যাতায়তৰ ব্যবস্থা।
অতি কম খৰছতে আপুনি যাব পাৰিব বহিঃৰাজ্যত বা বহিঃৰাজ্যৰ পৰা আহিব পাৰিব অসমত থকা আপোনাৰ নিজৰ ঘৰৰ পদুলিলৈ ।
ইক্ৰামুল ইছলাম নামৰ যুৱকজনে অসমৰ পৰা বিহাৰ উৰিষ্যা তামিনাডু কেৰেলা লৈ নিতৌ বাছ সেবা আগবঢ়োৱাৰ লগতে কেৰেলাৰ পৰা অসমৰ বিভিন্ন ঠাইত দৈনিক চলাইছে বাছ সেৱা
।অসমৰ নগাওঁ জিলাৰ পৰা কেৰেলাৰ কান্নুৰ,কৰিকুট, মালোপুৰম,নিলোম্ভৰ,প্ৰেমবাবু,ত্ৰিশূৰ,অৰ্ণকুলম আদি ঠাইলৈ যাব পাৰিব আৰু উক্ত ঠাইৰ পৰা অসমলৈ আহিব পাৰিব।
GK BROZZ holidays যাতায়ত কৰিবৰ বাবে আজিয়েই যোগাযোগ কৰক । 9037632957নম্বৰত কৰিব পাৰিব যোগাযোগ আৰু আশাকৰো কৰিলে আপুনি নিশ্চয় উপকৃত হব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *