বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যক লৈ সমগ্ৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া

বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যক লৈ সমগ্ৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।


এই সন্দৰ্ভত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়……

মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ লগত আজমলৰ এক গভীৰ বন্ধুত্বৰ সম্পৰ্ক আছে নেকি?

বিজেপি আৰু AIUDF একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সৎ সাহস আছে বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰক।

বদৰুদ্দিন আজমলে হিন্দু সমাজ খনক অপমান কৰিছে!

গুজৰাটৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজনৈতিক সমীকৰণৰ ক্ষেত্ৰত আজমলক ব‍্যৱহাৰ কৰিছে নেকি ?
এনে ধৰণৰ বহু প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *