বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাষিক পৰীক্ষাৰ ফলাফলত বিসংগতি

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাষিক পৰীক্ষাৰ ফলাফলত বিসংগতি সন্দৰ্ভত এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইন প্ৰতিক্ৰিয়া।পৰীক্ষাৰ সকলো বহী পুনৰীক্ষণৰ দাবী। সমগ্ৰ ঘটনাৰ তদন্ত দাবী।বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ লাইশ্ৰাম লাড্ডু সিং আৰু পৰীক্ষা নিয়ন্ত্ৰক অমিতাভ বৰুৱাক অপসাৰণৰ দাবী।ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হেতালি খেলাৰ অভিযোগ।কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সকিয়নী প্ৰদান কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *