বটদ্ৰৱাৰ কদমনিত পথ দু*ৰ্ঘটনা

বটদ্ৰৱাৰ কদমনিত পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্রাপ্ত পাঁচগৰাকী কলেজীয়া ছাত্ৰী।

এখন অ’টো আৰু এখন ই-ৰিক্সাৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

আঘাতপ্ৰাপ্ত ছাত্ৰী কেইগৰাকীক ভর্তি কৰা হয় স্থানীয় চিকিৎসালয়ত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *