বটদ্ৰৱাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

বটদ্ৰৱাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ডুমডুমীয়াৰ পাটিয়া চাপৰিৰ পৰা ২৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক। বটদ্ৰৱা আৰক্ষী পৰিদৰ্শক অসীম বৰাৰ নেতৃত্বত চলা অভিযানত পাটিয়া চাপৰিৰ জাকিৰ হকৰ ঘৰত চলিছিল অভিযান ।আৰক্ষীয়ে আটক কৰা ধৃত ড্ৰাগছ সৰবৰাহৰী কেইটা ক্ৰমে অনন্ত দাস, মাধ্যুৰ্য দাস আৰু ইদ্ৰিছ আলী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১৬ টা ড্ৰাগছ ভৰ্টি কন্টেইনাৰ আৰু তিনিটা মবাইল হেণ্ডছেট জব্দ কৰে আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *