বজালীৰ মালিপাৰাত চাঞ্ছল্যকৰ হত্যাকাণ্ড

বজালীৰ মালিপাৰাত চাঞ্ছল্যকৰ হত্যাকাণ্ড।

এটি ১১ দিনীয়া দেব শিশুক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো যা কৰিছিল পিতৃ নিৰঞ্জন মালাকাৰে।

এই কথা পৰিয়ালৰ লোকে জ্ঞাত হোৱাৰ পিছত বিফল হয় নিৰঞ্জন মালাকাৰে।

অৱশেষত বিক্ৰী কৰিব নোৱাৰি দেৱ শিশুটোক হত্যা কৰি গাতত পুতি থয় নিৰঞ্জন মালাকাৰে।

বৰ্তমান পলাতক নিৰঞ্জন মালাকাৰ

ঘটনা স্হলীত পাঠশালা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *